হাজোত পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী 

hajo

হাজোৰ   পৰা কমলাকান্ত দাস

হাজোৰ ভোট কেন্দ্ৰসমূহত পুৱাৰে পৰা ভোটাৰে দীঘলীয়া শাৰী পতা দেখা যায়।হাজোত মুঠ ভোটাৰ ১৬৭৩৪৮ গৰাকী।ইয়াৰে পুৰুষ ভোটাৰ  ৮৬৭৯২ গৰাকী  আৰু মহিলা ভোটাৰ ৮০৫৫৬ গৰাকী। হাজোত মুঠ ২১১ টা ভোট কেন্দ্ৰত ভোটাৰসকলে নিজৰ ভোট প্ৰদান কৰিব।

Your Comments