তামুলপুৰৰ পৰা অভিজিৎ তালুকদাৰ
ৰঙালী বিহুলৈ আৰু মাত্ৰ এটা দিন ৷ৰাজ্যৰ চৌদিশে এতিয়া ঢোল-পেপাৰ গুমগুমনি ৷ তামুলপুৰবাসী ৰাইজো ব্যস্ত ৰঙালীক আদৰিবলৈ ৷ তামুলপুৰৰ গান্ধীবাৰীত দক্ষিণ ডেফেলী ছাত্ৰ সংন্থাৰ উদ্যোগত চলি থকা দহদিনীয়া বিহু কৰ্মশালাৰ অন্তিম আখৰাত এতিয়া ব্যস্ত হৈ পৰিছে শতাধিক কণ- কণ শিশু,কিশোৰ-কিশোৰী,যুৱক-যুৱতী।
আনহাতে,বিহুৰ দিনকেইটা ঘৰে ঘৰে জেং বিহু মাৰিবলৈ অন্তিম প্ৰস্তুতি চলাইছে কচুবাৰীৰ সমন্বয় জেং বিহু দলৰ মহিলাসকলে
- Log in to post comments
- 10 views