পুলৱামা আক্ৰমণৰ পিছত সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানৰ বিৰুদ্ধে অতি কঠোৰ হৈছে আমেৰিকা। আমেৰিকাই পাকিস্তানলৈ আগবঢ়োৱা আৰ্থিক সাহায্য দেশখনে সন্ত্ৰাসমূলক কার্যত অপব্যৱহাৰ কৰিছে বুলি পতিয়ন গৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ। যাৰবাবে পাকিস্তানক প্ৰদান কৰিবলগীয়া ১.৩ বিলিয়ন ডলাৰৰ আৰ্থিক সাহায্য তাৎক্ষণিকভাৱে বন্ধ কৰি দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে।
- Log in to post comments
- 187 views
