- 37 views
তিনচুকীয়াৰ পৰা চন্দন কলিতা
সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলাৰ ফিল'বাৰীতো নগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গৰজি উঠিল ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থা| "ক'লা দিৱস" পালন কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰে| লগতে সংগঠনটোৰ সভাপতি নিৰৱ দত্তই বিজেপি চৰকাৰক সকীয়াই দিয়াৰ লগতে জাতিধ্বংসী বিধেয়কখন বাতিল কৰিবলৈ দাবী জনায়৷