শিক্ষক দিৱসৰ দিনাই এটি সুখবৰ : লাভলীনা বৰগোঁহাইক শিক্ষা বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ ঘোষণা

A


নিউজ ডেস্ক:
আজি শিক্ষক দিৱস ৷আজিৰ এই মহান দিনটোতে  অসম গৌৰৱ অলিম্পিয়াড লাভলীনা বৰগোঁহাইক শিক্ষা বিভাগৰ  ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হয় ৷ আজি শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা শিক্ষক দিৱসৰ কাৰ্যসূচীত এই ঘোষণা কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ৷

Your Comments