দেশৰ ৪৮সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ এনভি ৰমন্নাৰ

Ramanna

উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশৰ শপত গ্ৰহণ। মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ এনভি ৰমন্নাৰ। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পাঠ কৰালে শপত বাক্য।

উল্লেখ্য যে অৱসৰ প্ৰাপ্ত মুখ্য ন্যায়াধীশ এছ.এ ববদেৰ স্থানত নিযুক্তি দিয়া হৈছে ৰমন্নাক। নৱ নিযুক্ত মুখ্য ন্যায়াধীশ গৰাকীয়ে ২০২২ চনৰ ২৬ আগষ্টলৈকে দায়িত্বত থাকিব।

ৰমন্না দেশৰ ৪৮সংখ্যক মুখ্য ন্যায়াধীশ। তেওঁৰ জন্ম হৈছিল ১৯৫৭চনৰ ২৭আগষ্টত।

Your Comments