ম্যানমাৰত গণতন্ত্ৰপন্থী প্ৰতিবাদকাৰীৰ ওপৰত শাসনাধীষ্ঠ সেনাৰ নিৰ্মম অত্যাচাৰ অব্যাহত।বহু প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰাৰ পিছত এইবাৰ দেশখনৰ মুটাৰা জিলাৰ পাঁচখন গাঁৱৰ প্ৰতিবাদী গাঁওবাসীৰ ওপৰত শনিবাৰে সেনাই চলালে এয়াৰষ্টাইক।এই এয়াৰষ্টাইকত কেইবাজনো গাঁওবাসী নিহত হয়।এই আক্ৰমণৰ পিছতে ৩,০০০ গাঁওবাসীয়ে ম্যানমাৰ এৰি কাষৰীয়া থাইলেণ্ডলৈ পলায়ন কৰে।
- Log in to post comments
- 3 views