সুখবৰ যে বৰ্তমানলৈ ৫৭লাখ ৭৫হাজাৰ ৩২২গৰাকী লোকক প্ৰদান কৰা হৈছে ক'ৰ’না ভেক্চিন। উল্লেখযোগ্য যে যোৱা ২৪ঘন্টাত দেশত ১২,০৫৯গৰাকী লোকৰ দেহত ক'ৰ’না ভাইৰাছ ধৰা পৰাৰ বিপৰীতে উক্ত সময়চোৱাত ১১,৮০৫ গৰাকী ৰোগী সুস্থ হৈ উঠিছে।৭৮গৰাকী ৰোগীৰ মৃত্যু হৈছে।
তথ্য অনুসৰি,সমগ্ৰ দেশত বৰ্তমানলৈ ১,০৮,২৬,৩৬৩ গৰাকী লোক ক'ৰ’না ৰোগত আক্ৰান্ত হৈছে।
- Log in to post comments
- 7 views