১৯৪৮চনৰ ৩০ জানুৱাৰীৰ দিনটোতে মৃত্যু হৈছিল জাতিৰ পিতা মহাত্মা গান্ধীৰ । গান্ধীজীক নাথুৰাম গড্চে নামৰ এজন আততায়ীয়ে হত্যা কৰিছিল।দেশৰ বিভিন্ন ঠাইত গান্ধীজীক স্মৰণ কৰি আয়োজন কৰা হয় মৃত্যু বাৰ্ষিকীৰ অনুষ্ঠানৰ।
পুৱা ৰাজঘাটত উপস্থিত থাকি জাতিৰ পিতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ- ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়েও ৰাজঘাটত শ্ৰদ্ধা জ্ঞাপন কৰে গান্ধীজীক।
- Log in to post comments
- 8 views