ভাৰতীয় ৰে’লৱেৰ মুঠ ১ লাখ ৪০ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ

Railway
১৫ ডিচেম্বৰৰ পৰা ভাৰতীয় ৰে’লৱে মুঠ ১ লাখ ৪০ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ৷ ভাৰতৰ ২১ খন ৰে’লৱে নিযুক্তি বোৰ্ডে অনুষ্ঠিত কৰা এই নিযুক্তি প্ৰক্ৰিয়া তিনিটা পৰ্যায়ত ১৫ ডিচেম্বৰৰপৰা ১৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব সম্পূৰ্ণ ক’ভিড প্ৰট'কলৰ মাজেৰে ৷ উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ ২.৪৪ কোটিতকৈ অধিক পৰীক্ষাৰ্থীয়ে এই খালী পদসমূহ পূৰণৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব।

Your Comments