ক’ভিড-১৯ৰ বাবে অহা ৪/৬ মাহ হ’ব পাৰে অধিক আশংকাপূৰ্ণ

Covid

মাইক্র’ছফ্টৰ সহ-প্রতিষ্ঠাপক বিল গেটচ্‌, যাৰ প্ৰতিষ্ঠান ক’ভিড -১৯ৰ ভেক্‌চিন বিকাশ আৰু বিতৰণ কৰাৰ প্রচেষ্টাৰ অংশ আছিল, দেওবাৰে সকলোকে সাৱধান কৰি সাংবাদিকৰ আগত কয় যে পিছৰ চাৰিৰপৰা ছয় মাহ কৰ’না ভাইৰাচ মহামাৰীৰ পৰা সকলোতকৈ অধিক আশংকা হ’ব পাৰে ।

Covid

ইয়াৰোপৰি তেখেতে জনাই যে ইন্‌ষ্টিটিউট ফৰ্‌ হেল্থ মেট্ৰিকচ্‌ এণ্ড ইভালুৱেচন (IHME)ৰ পূৰ্বাভাস অনুসৰি প্ৰায় ২লাখ অতিৰিক্ত মৃত্যু হোৱাৰ সম্ভাৱনা দেখুৱাইছে ৷ কিন্তু যদি সকলোৱে মাস্ক পৰিধান কৰে আৰু মানিব লগা নিয়মাৱলী সমূহ মানি চলে তেতিয়া এই মৃত্যুৰ সংখ্যা হয়তো কিছু পৰিমাণে কমিব ৷

২০১৫ চনতেই সকলোকে এনেকুৱা এটা মহামাৰীৰ বিষয়ে সচেতন কৰি দিছিল বিল গেট্‌চে ৷

Your Comments