আমাৰ সমাজত ৰান্ধনী বুলি ক’লে সাধাৰণতেই হাঁহি উৰুৱাই দিয়া হয়। পঢ়া-শুনা ভালকৈ নকৰিলে তিৰস্কাৰসূচকভাৱে কোৱা হয় 'হেতাকে ঘূৰাবি' বা বহুতো।তদুপৰি, ৰন্ধা-বঢ়াৰ কাম কেৱল মহিলাৰহে বুলিও ধাৰণা লৈ ভাল পায় অধিকসংখ্যক লোকে৷
পিছে আপুনি জানি আচৰিত হ’ব বিশ্বৰ সকলোতকৈ ধনী ৰন্ধা-বঢ়া কৰা ব্যক্তিজন এজন পুৰুষ ৷ জানেনে বাৰু তেওঁৰ মুঠ সম্পত্তিৰ মূল্য কিমান?$১.১ বিলিয়ন,অৰ্থাৎ ভাৰতীয় হিচাপত ৮১,১১,২১,৩০,০০০.০০ টকা।বিশ্বৰ সকলোতকৈ ধনী এই ৰান্ধনীজনৰ নাম আলান ৱং আৰু তেওঁ জাপানৰ বাসিন্দা।তেওঁৰ ধনৰ উৎস কেৱল ৰেষ্টুৰেণ্ট।
- Log in to post comments
- 15 views