আজিৰ দিনটোৰ বিশেষত্ব জানো আহক

Pic

ৰাষ্ট্ৰসংঘৰ সিদ্ধান্ত মৰ্মে ২০০২ চনৰপৰা প্ৰত্যেক বছৰে ১১ ডিচেম্বৰৰ দিনটোত আন্তৰ্জাতিক পৰ্বত দিৱস (International Mountain Day)পালন কৰা হয়। প্ৰত্যেক বছৰে আজিৰ দিনটোত আন্তৰ্জাতিক পৰ্বত দিৱস পালন কৰা হয় মানুহক পৰ্বতৰ মূল্য উপলদ্ধি কৰাবলৈ।মানৱ জীৱনত নিৰ্মল পানী,শক্তি,খাদ্য আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত পৰ্বতৰ ভূমিকা শিশুসকলৰ লগতে প্ৰত্যেক মানুহক অৱগত কৰিবলৈ এই দিনটোৰ লগত সংগতি ৰাখি বিভিন্ন স্থানত ভিন ভিন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Your Comments