কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ জামিনৰ পৰৱৰ্তী শুনানি ১৭ ডিচেম্বৰত

কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ জামিনৰ পৰৱৰ্তী শুনানি অহা ১৭ ডিচেম্বৰত গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে।বৃহস্পতিবাৰে 'নিয়া'ৰ পক্ষৰ অধিবক্তাই ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে।যুক্তি সম্পূৰ্ণ নোহোৱাৰ বাবে পুনৰ ১৭ ডিচেম্বৰ দিন ধাৰ্য কৰিছে ন্যায়ালয়ে। উল্লেখ যে কা' আন্দোলন কৰি গ্ৰেপ্তাৰ হৈছিল গগৈ।শুকুৰবাৰে এটা বছৰ সম্পূৰ্ণ হ'ব কাৰাবন্দী হোৱা।

Your Comments