বিটিচি নিৰ্বাচনৰ বাবে স্তব্ধ হৈ পৰিছে জনতা ভৱন।নিৰ্বাচনী প্ৰচাৰৰ বাবে জনতা ভৱনত উপস্থিত নাই ১২ জনকৈ অধিক মন্ত্ৰী।২০ দিনতকৈ অধিক উপস্থিত নাই স্বাস্থ্য,বিত্তকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা।মন্ত্ৰীসকলৰ অনুপস্থিতিৰ বাবে প্ৰশাসনীয় ব্যৱস্থা প্ৰায় স্তব্ধ হৈ পৰিছে।ফাইলৰ দ'ম বান্ধিছে জনতা ভৱনত।মন্ত্ৰীসকলৰ অনুপস্থিতিৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে জনতা।
- Log in to post comments
- 9 views