বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সতীশ প্ৰসাদ সিঙৰ দেহাৱসান।সোমবাৰে দিল্লী বিয়োগ ঘটে সিঙৰ।
উল্লেখ যে ১৯৬৮ চনত ৫ দিনৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হৈছিল সতীশ প্ৰসাদ সিং।২৮ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ আছিল মুখ্যমন্ত্ৰী ।
গুৰুত্বপূৰ্ণ যে কংগ্ৰেছৰ নেতাগৰাকী ২০১৩ চনৰ ২২ ছেপ্টেম্বৰত বিজেপিত যোগদান কৰিছিল।১৯৮০ চনত বিহাৰৰ খাগৰীয়া আসনৰ পৰা কংগ্রেছ দলৰ হৈ নিৰ্বাচিত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।
- Log in to post comments
- 12 views