২৯ অক্টোবৰত পালন কৰা হয় বিশ্ব ইণ্টাৰনেট দিৱস

World Internet Day

২৯ অক্টোবৰৰ দিনটো সমগ্ৰ বিশ্বতে ইণ্টাৰনেট দিৱস হিচাপে পালন কৰা হয়।টেলিকমিউনিকেচন আৰু টেক্‌ন’ল’জিৰ বাবে এটা বিশেষ স্মৃতিক সুঁঁৱৰি এই দিনটো পালন কৰা হয়।

World Internet Day

১৯৬৯চনৰ আজিৰ এই বিশেষ দিনটোতে প্ৰেৰণ কৰা হৈছিল এটা কম্পিউটাৰৰপৰা আন এটা কম্পিউটাৰলৈ প্ৰথম ইলেক্ট্ৰনিক মেছেজটো ৷ গুগল ছাৰ্ছৰ সহজ নাছিল কমিউনিকেচন ৷ ছাৰ্লি ক্লাইন নামৰ লছ্‌ এন্‌জেলছ্‌ৰ কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিৰ এজন ছাত্ৰই ষ্টেনফ’ৰ্ড ৰিছাৰ্ছ ইন্‌ষ্টিটিউটৰ বিল ডাভেললৈ পঠিয়াইছিল বিশ্বৰ প্ৰথমটো লং দিষ্টেঞ্চ কম্পিউটাৰ নেটৱৰ্ক মেছেজ ৷

বিশ্ব ইণ্টাৰনেট দিৱস বা আন্তৰ্জাতিক ইণ্টাৰনেট দিৱস ২০০৫ চনত প্ৰথমবাৰৰ বাবে ডাঙৰকৈ পালন কৰা হৈছিল ৷

Your Comments