বিজ্ঞানীসকলে আগজাননী দিয়া সেই নিৰ্দিষ্ট দিনটো বহু প্ৰতীক্ষাৰ অন্তত আহি পালেহি ৷
১৩ অক্টোবৰত মঙল গ্ৰহটোয়ে পৃথিৱীৰ একেবাৰে ওচৰত অৱস্থান কৰিব।পৃথিৱীৰপৰা চন্দ্ৰটোৰ দৰেই দেখা যাব ৰঙা গ্ৰহ বুলি পৰিচিত এই গ্ৰহটোক৷
কাইলৈ মঙল গ্ৰহে সূৰ্য্যৰ ঠিক বিপৰীত স্থানত অৱস্থান কৰিব আৰু পৃথিৱী থাকিব মঙল আৰু সূৰ্য্যৰ মধ্যৱৰ্তী স্থানত ৷
বিজ্ঞানীসকলৰ লগতে বহু লোক অপেক্ষাৰত মঙল গ্ৰহক টেলিস্কোপেৰে ওচৰৰ পৰা চাবলৈ।আৰু ৩৫বছৰলৈ মঙল গ্ৰহৰ অৱস্থান পৃথিৱীৰ ওচৰত হ’ব বুলি বিজ্ঞানীসকলে উল্লেখ কৰিছে।
- Log in to post comments
- 24 views