"ভেকচিন আহক-নাহক,২০২১ বৰ্ষৰ মধ্যভাগলৈকেহে ভাৰতত পৰিস্থিতি স্বাভাৱিক হ'ব"-দিল্লী এইমছৰ ডাঃ সঞ্জয় ৰায়

Corona Patient

"ভেকচিন আহক-নাহক,২০২১ বৰ্ষৰ মধ্যভাগলৈকেহে ভাৰতত পৰিস্থিতি স্বাভাৱিক হ'ব।"এই মন্তব্য দিল্লী এইমছৰ কম্যুনিটী মেডিচিন বিভাগৰ প্ৰমুখ ডাঃ সঞ্জয় ৰায়ৰ।ৰায়ে লগতে এইবুলি কয় যে সেইখিনি সময়লৈকে মাস্ক পৰিধান কৰা সঘনে হাত ধোৱাৰ দৰে ব্যৱস্থাসমূহ অৱলম্বন কৰিয়েই আমি ক'ৰ'নাৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব লাগিব।ডাঃ ৰায়ে কয় যে বৰ্তমান ভাৰতত ক'ভিড-১৯ ভেকচিনৰ দ্বিতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল চলি আছে।

Your Comments