প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনত দেশজুৰি বিজেপি কৰ্মীৰ সমাজ কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ

Narendra Modi

আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭০ সংখ্যক জন্মদিন।জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনাইছে।গৃহ মন্ত্ৰী অমিত শ্বাহ,বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰ,কংগ্ৰেছ নেতা ৰাহুল গান্ধী,বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ,দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল আদিকে ধৰি দেশৰ অগ্ৰণী নেতৃবৰ্গই প্ৰধানমন্ত্ৰী মোডীক শুভেচ্ছা জ্ঞাপন কৰিছে।প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে দেশৰ ভিন্ন প্ৰান্তত বিজেপি কৰ্মীসকলে  সমাজ কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে।

Your Comments