ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বাবে দেশত বিগত আঢ়ৈ মাহ বন্ধ হৈ আছে সকলো শিক্ষানুষ্ঠান।ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ভাৰত চৰকাৰে বিদ্যালয়,মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহ মুকলি কৰাৰ কথা চিন্তা কৰিছে।
"অহা ১৫ আগষ্টৰ পিছত দেশত পুনৰ মুকলি হ'ব সকলো শিক্ষানুষ্ঠান"-কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশংকে ঘোষণা কৰিলে এই কথা।
গুৰুত্বপূৰ্ণ যে যোৱা ২৪ মার্চৰ পৰা দেশত বন্ধ হৈ আছে সকলো শিক্ষানুষ্ঠান।
- Log in to post comments
- 36 views