অহা ২৭ এপ্ৰিলত দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জড়িয়তে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।এই বৈঠকত ভৱিষ্যতে ক'ৰ'না সংক্ৰমণৰ বিৰুদ্ধে কেনেদৰে যুঁজা হ'ব,সেই সম্পৰ্কত আলোচনা কৰা হ'ব।উল্লেখযোগ্য যে দেশত ক'ৰ'না সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছত এয়া মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ তৃতীয় ভিডিঅ' কনফাৰেন্সিং বৈঠক।
- Log in to post comments
- 39 views