![Pic](/sites/default/files/styles/article_detail/public/2020-04/Screenshot_2020-04-01-18-12-31-75.png?itok=Cktp46Kf)
নিজামুদ্দিনৰ তবলিগী জামাতৰ ক'ৰ'না সংক্ৰমিত লোকে ভাৰতৰ বিভিন্ন প্ৰান্তৰত ভ্ৰমণ কৰি ফুৰাৰ বাবেই দেশত অধিক বৃদ্ধি পাইছে ক'ৰ'না ৰোগীৰ সংখ্যা।বুধবাৰে এই মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰণালয়ৰ সংযুক্ত সচিব লাভ আগ্ৰৱালে।উল্লেখ্য যে বিগত ২৪ ঘণ্টাত দেশত ৩৮৬ টা ক'ৰ'না সংক্ৰমণৰ ঘটনা প্ৰমাণ হৈছে।
- Log in to post comments
- 37 views