শনিবাৰে পুৱালৈকে দেশত ক'ৰ'না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৫৬ জনলৈ বৃদ্ধি পাইছে।ইয়াৰ ৩২ জন লোক বিদেশী।আনহাতে, সংক্ৰমিত লোকৰ সংস্পৰ্শলৈ অহা ৬,৭০০ লোকক কঠোৰ নিৰীক্ষণৰ মাজত ৰখা হৈছে।
- Log in to post comments
- 31 views