ক'ৰ'না সংক্ৰমণ প্ৰতিৰোধৰ অৰ্থে ২২ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'জনতা কাৰ্ফিউ'ৰ আহ্বান

Pic

ক'ৰ'না সংক্ৰমণৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে অহা ২২ মাৰ্চত 'জনতা কাৰ্ফিউ'ৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ দেশৰ নাগৰিকসকলক বাহিৰে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে।এই ব্যৱস্থাই ক'ৰ'না সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।

Your Comments