
ক'ৰ'না সংক্ৰমণ প্ৰতিৰোধৰ বাবে ভাৰত।চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰিবলৈ বৃহস্পতিবাৰে নিশা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।নিশা ৮ বজাত দূৰদৰ্শনযোগে সম্প্ৰচাৰিত হ'ব প্ৰধানমন্ত্ৰীৰ সম্বোধন।
- Log in to post comments
- 12 views