ক'ৰ'না ভাইৰাছৰ পৰা বিশ্বজুৰি আৰোগ্য হ'ল বৃহৎ সংখ্যক লোক:৮২,৭৯৫ গৰাকী লোক আৰোগ্য

Pic

বৰ্তমানলৈ ক'ৰ'না ভাইৰাছত বিশ্বজুৰি আক্ৰান্ত হৈছে ১,৯৯,৩২৪ গৰাকী ব্যক্তি।ইয়াৰ ভিতৰত মৃত্যু হৈছে ৭,৯৯৪ গৰাকী লোকৰ।এইখিনিতে উল্লেখযোগ্য যে এক বৃহৎ সংখ্যক লোক বিশ্বজুৰি ইতিমধ্যে আৰোগ্যও হৈছে।বৰ্তমানলৈ ৮২,৭৯৫ গৰাকী ক'ৰ'না আক্ৰান্ত লোক আৰোগ্য হৈছে।

Your Comments