ক'ৰ'নাৰ সংক্ৰমণত দেশত দ্বিতীয়গৰাকী ব্যক্তিৰ মৃত্যু

Pic

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণত দেশত দ্বিতীয়গৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে।দিল্লীৰ আৰএমএল হাস্পতালত শুকুৰবাৰে মৃত্যু হয় এগৰাকী ৬৯ বছৰীয়া মহিলাৰ।মহিলাগৰাকী মধুমেহ আৰু উচ্চ ৰক্তচাপতো আক্ৰান্ত আছিল।

Your Comments