ভাৰতত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৮১ জনলৈ বৃদ্ধি

Pic

ভাৰতত ক'ৰ'না আক্ৰান্তৰ সংখ্যা দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে।বৰ্তমানলৈকে ভাৰতত ৮১ জন লোক ক'ৰ'না ভাইৰাছত আক্ৰান্ত হৈছে।ইতিমধ্যে,কৰ্ণাটকত এজন আক্রান্ত লোকৰ মৃত্যু হৈছে।ইফালে,সমগ্ৰ বিশ্বত ৫,০০০ গৰাকীতকৈ অধিক লোকৰ মৃত্যু হৈছে।

Your Comments