ৰাজ্যিক বাজেট ২০২০-২১:হ্ৰাস হ'ব পেট্ৰ'ল-ডিজেলৰ মূল্য

Pic

পেট্ৰ'ল-ডিজেলৰ ক্ষেত্ৰত ৰাজ্যিক কৰ ৫০ পঞ্চাশকৈ হ্ৰাস কৰা হ'ল শুকুৰবাৰে অসম বিধানসভাত দাখিল কৰা ২০২০-২১ বৰ্ষৰ বাজেটত।এই সিদ্ধান্ত কাৰ্যকৰী হ'লে অসমত পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ আশা কৰা হৈছে। 

Your Comments