ইৰাণত ভয়ংকৰ ৰূপত কৰ'না ভাইৰাছৰ সংক্ৰমণ:নৱ-নিৰ্বাচিত সাংসদৰ মৃত্যু

Pic

ইৰাণত কৰ'না ভাইৰাছৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।বৰ্তমানলৈ দেশখনত ৪৩ জন লোকৰ মৃত্যু হৈছে।প্ৰায় ৬০০ লোক সংক্ৰমিত হৈছে।আনকি,দেশখনৰ এগৰাকী সদ্য নিৰ্বাচিত সাংসদ মহম্মদ আলী ৰমজানীৰ কৰ'নাৰ সংক্ৰমণত মৃত্যু হৈছে।যোৱা সপ্তাহতহে তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।ইফালে,ইৰাণৰ উপ-স্বাস্থ্য মন্ত্ৰী ইৰাজ হৰিৰচীও বৰ্তমান কৰ'না সংক্ৰমণৰ বাবে চিকিৎসাধীন।

Your Comments