এনডিএফবিৰ ৩ টা গোটৰ ১৬১৫ গৰাকী সদস্যৰ অস্ত্ৰ সম্বৰণ

বৃহস্পতিবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এটা অস্ত্ৰ সম্বৰণ অনুষ্ঠান অনুষ্ঠিত হয়।অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখত  এনডিএফবিৰ ৩ টা গোটৰ ১৬১৫ গৰাকী সদস্যই অস্ত্ৰ সম্বৰণ কৰি আত্মসমৰ্পণ কৰে।

Your Comments