'কা' বিৰোধিতাৰে বুধবাৰে উত্তাল কেৰেলা বিধানসভা।বিধায়কে দিলে 'কা' আৰু এনআৰচি বিৰোধী শ্লোগান।ৰাজ্যপাল গ' বেক' প্লেকাৰ্ড প্ৰদৰ্শন কৰিলে একাংশ বিধায়কে।অনিচ্ছাস্বত্বেও কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে পঢ়িলে ৰাজ্য চৰকাৰৰ 'কা' বিৰোধী প্ৰস্তাৱ।
- Log in to post comments
- 14 views