ভোগালী বিহুৰ উৰুকাৰ জুইত সদৌ অসম ছাত্ৰ সন্থাই দাহ কৰিলে জাতিধ্বংসী 'নাগৰিকত্ব (সংশোধনী) আইন'।'আছু'ৰ মুখ্য কাৰ্যালয়ত দাহ কৰা হ'ল 'কা'ৰ প্ৰতিলিপি। 'আছু'ৰ মুখ্য উপদেষ্টাসহ সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই দাহ কৰিলে 'কা'ৰ প্ৰতিলিপি।
- Log in to post comments
- 26 views