ছৌদী আৰব ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী:স্বাক্ষৰ কৰিব কেইবাখনো দ্বিপাক্ষিক চুক্তি

Pic

বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ছৌদী আৰব ভ্ৰমণত।সোমবাৰে নিশা তেওঁ ছৌদী আৰবৰ ৰাজধানী ৰিয়াধত পদাৰ্পণ কৰে।প্ৰধানমন্ত্ৰী মোডীয়ে এই ভ্ৰমণত ছৌদী আৰবৰ শ্বাহ ছলমান বিন আব্দুল আজিজ অল ছৌডৰ সৈতে দ্বিপাক্ষিক আলোচনাত বহিব।মোডীৰ এই ভ্ৰমণত ভাৰত আৰু ছৌদী আৰবৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ কৰা হ'ব।এই ভ্ৰমণত প্ৰধানমন্ত্ৰী মোডীয়ে ছৌদী আৰবৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰিছে।

Your Comments