স্থগিত কৰা হ’ল বিশেষ টেট পৰীক্ষা

Special TET

দেওবাৰে অনুষ্ঠিত হ’ব লগা বিশেষ টেট পৰীক্ষা স্থগিত কৰা হ’ল ৷ নিৰ্বাচনী অধিসূচনা জাৰিৰ পিছতেই এই বিশেষ টেট পৰীক্ষা স্থগিত কৰাৰ নিৰ্দেশ আহে ৷

উল্লেখ যোগ্য যে, শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই এই পৰীক্ষা স্থগিত কৰিবলৈ নিৰ্দেশ দিছে ৷ ইয়াৰ লগতে জানিবলৈ দিয়া হৈছে, এই পৰীক্ষা অনুষ্ঠিত কৰাৰ নতুন তাৰিখ ঘোষণা কৰা হ’ব পৰৱৰ্তী সময়ত ৷

Your Comments