নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উলংগ হোৱা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিত্তীয় সম্পাদক হিৰণ্য পাঠৰীয়ে বিজেপিত যোগদান কৰিয়েই গুৰুতৰ অভিযোগ উথাপন কৰিছে কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে ।
বিজেপিত যোগদান কৰি পাঠৰীয়ে কয় যে আগন্তক লোকসভাৰ নিৰ্বাচনত বিজেপিক বিৰোধিতা কৰি কংগ্ৰেছৰ প্ৰাৰ্থীসকলক জয়ী কৰোৱাৰ বাবে অখিল গগৈয়ে ৩ কোটি টকা লাভ কৰিছে।
ইয়াৰ উপৰিও তেওঁ কয় যে কেৱল কংগ্ৰেছেই নহয়, এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলক জয়ী কৰোৱাৰ বাবেও কৃষক নেতাগৰাকীয়ে ১ কোটি টকা লৈছে।
- Log in to post comments
- 67 views