আন্তঃৰাষ্ট্ৰীয়

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংঘাটিত সকলোবোৰ ঘটনাপ্ৰবাহ এতিয়া আপোনাৰ কাষত...

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংঘাটিত সকলোবোৰ ঘটনাপ্ৰবাহ এতিয়া আপোনাৰ কাষত...

তুৰ্কীৰ পূব অংশত শুকুৰবাৰে নিশা হোৱা ভূমিকম্পত ২০ জন লোকৰ মৃত্যু হৈছে।আহত হৈছে ১০০০ জনতকৈ অধিক লোক।ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৬.৮।ভূমিকম্পটোৰ উৎপত্তি স্থল আছিল দেশখনৰ পূৰ্ব প্ৰান্তৰৰ এলাজিগ এলেকাৰ সিবৰাইছ চহৰ।