মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষনাৰ পিছতো বিতৰ্ক অব্যাহত আছে । ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সমৰ্থক সকলে হোৱাইট হাউচ আৰু কেপিটেল হিলছত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছিল । ফলত নিৰ্দিষ্ট এলেকাৰ ভিতৰত প্ৰৱেশ আৰু প্ৰস্থান বন্ধ কৰি দিয়া হৈছিল।
- Read more about টুইটাৰে ব্ল’ক কৰিছিল ড’নাল্ড ট্ৰাম্পক
- Log in to post comments
- 7 views