নিউজ ডেস্ক: মহানগৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। জালুকবাৰীৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্রত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন যুৱকৰ। বুধবাৰে সংঘটিত হয় এই ঘটনা। যুৱকজন পাণ্ডু কলনীৰ শুভম ৰয় বুলি জানিব পৰা গৈছে। পৰিয়ালৰ সৈতে সমাধি ক্ষেত্র দৰ্শন কৰিবলৈ গৈছিল যুৱকজন। সমাধি ক্ষেত্রৰ পানীৰ ফোৱাৰা স্পৰ্শ কৰাৰ ফলতে এই ঘটনা সংঘটিত হয়।
News ASN 24x7
House No-26, Madhuban Govt. Press Road, Bamunimoidam Guwahati-781021, Assam, India.
E-Mail: newsasn6@gmail.com
Copyright © 2018-2021. All Rights Reserved.
Powered by Rongjeng Technologies