অৰুণাচলৰ তিনিখন জিলাত  সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ম্যাদ বৃদ্ধি

asn

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰিলে  গুৰুত্বপূৰ্ণ সিদ্ধান্ত।উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত প্ৰযোজ্য হৈ থকা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ম্যাদ বৃদ্ধি কৰিলে গৃহ মন্ত্ৰণালয়ে। ৬ মাহলৈ এই আইনৰ পুনৰ ম্যাদ বৃদ্ধি কৰা হ'ল অৰুণাচল প্ৰদেশৰ তিনিখন জিলাত।সেই অনুসৰি অৰুণাচলৰ চাংলাং,টিৰাপ আৰু লংডিঙত বৃদ্ধি কৰা হৈছে আইনখনৰ ম্যাদ।

Your Comments

Related Articles