আজি অনুষ্ঠিত হ'ব লগীয়া D.EL.ED পৰীক্ষা বাতিল কৰে SCERT কৰ্তৃপক্ষই।আজি ২ বজাৰ পৰা অনুষ্ঠিত হ'ব লগীয়া আছিল D.EL.ED পৰীক্ষা।শেষ মুহূৰ্তত SCERT কৰ্তৃপক্ষই বাতিল কৰে পৰীক্ষা।প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবেই পৰীক্ষা বাতিল কৰাৰ সন্দেহ কৰা হৈছে।পৰীক্ষা বাতিল কৰাৰ সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে SCERT কৰ্তৃপক্ষই।
- Log in to post comments
- 10 views