অসম কন্যা ৰীমা দাসলৈ বিৰল সন্মান।বিশ্বৰ আগশাৰীৰ ছবি মহোৎসৱৰ অন্যতম টৰ'ন্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ 'শ্বেয়াৰ হাব জাৰ্নী' শীৰ্ষক পদক্ষেপৰ এম্বেছাডৰ হিচাপে নিযুক্তি দিয়া হৈছে ছবি নিৰ্মাতাগৰাকীক।২০১৭ বৰ্ষত টৰ'ন্টো ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলে আৰম্ভ কৰিছিল এই পদক্ষেপৰ।কেমেৰাৰ সম্মুখত আৰু পিছফালে মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে গ্ৰহণ কৰা হৈছিল এই পদক্ষেপ।
- Log in to post comments
- 12 views