জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আজি দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থাই ছহিদ ন্যাসৰ সন্মুখত দাহ কৰে কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত নাগৰিকত্ব সংসোধনী বিধেয়কৰ প্ৰতিলিপি। নৰেন্দ্ৰ মোডী গ'-বেক, কেন্দ্ৰীয় চৰকাৰ হায় হায় ধ্বনিত উত্তাল আছুৰ মুখ্য কাৰ্যালয়ৰ চৌহদ।
- Log in to post comments
- 16 views