অসম চৰকাৰ এতিয়া দেৱলীয়া!

অসম চৰকাৰ এতিয়া দেৱলীয়া!

আজি অসম বিধানসভাৰ বাজেট অধিবেশনৰ পঞ্চম দিন। পঞ্চম দিনৰ দিনা কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ৰাজ্য চৰকাৰৰ ওপৰত গুৰুতৰ অভিযোগ। তেওঁৰ অভিযোগ- ৰাজ্য চৰকাৰ এতিয়া দেৱলীয়া হৈছে। তাৰবাবে বিধায়ক পুঁজিৰ ওপৰত এতিয়া ৰাজ্য চৰকাৰৰ চকু। লগতে তেওঁ দেৱলীয়া চৰকাৰ চলিবৰ বাবে এতিয়া বিধায়কৰ পুঁজি ঘূৰাই আনিবলৈ নির্দেশ দিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

Your Comments