![barak](/sites/default/files/styles/article_detail/public/2019-06/WhatsApp%20Image%202019-06-24%20at%201.17.19%20PM.jpeg?itok=8azNaMgA)
শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন:
সোমবাৰে দিনৰভাগত পাছগ্ৰামস্থিত কাজগ কলটোৰে এসময়ৰ কৰ্মচাৰী খলিলুৰ ৰহমানৰ মৃত্যু ঘটে । জানিব পৰা মতে কলটোৰ চৌহদ পাওঁতেই হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ থিতাতে ঢলি পৰে দীৰ্ঘদিনৰ পৰা বেতন বঞ্চিত হৈ থকা কৰ্মচাৰীজনে। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কাগজ কলটোৰ কৰ্মচাৰী সকলৰ লগতে বিভিন্ন দল সংগঠনে।
- Log in to post comments
- 10 views