সোণাৰিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :
সমগ্র দেশৰ লগতে চৰাইদেউ জিলা প্ৰশাসন আৰু পতঞ্জলি সমিতিৰ উদ্যোগত সোণাৰিৰ আৱৰ্ত ভৱনত পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।  জিলা উপায়ুক্ত দীপক কুমাৰ সন্দিকৈয়ে উদ্বোধন কৰা যোগ দিৱসত জিলাখনৰ বিভিন্ন পৰ্য্যায়ৰ চৰকাৰী বিষয়া,কৰ্মচাৰী,ছাত্র-ছাত্ৰী,আৰু বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।sonari2

উক্ত যোগ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰে বুদ্বেশ্বৰ বুঢ়াগোহাঁই, নৰসিংহ বিশ্ব কৰ্মা আৰু মানিৱ শ্বাহে।যোগ শিবিৰত অসম ৰাজ্যিক মহিলা প্ৰভাৰী জোনাকী বৰুৱাই আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে।উক্ত যোগ শিবিৰত ছাত্র ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতায়ো অনুষ্ঠিত কৰা হয়।

Your Comments