শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন:
মঙলবাৰে দিনৰভাগত হঠাৎ জ্বলি উঠে কৰিমগঞ্জ স্থিত বিশাল মেগা মাৰ্টৰ একাংশ। বৈদ্যুতিক বিজুটিৰ বাবেই জুইৰ সুত্ৰপাত হোৱা বুলি জানিৱ পৰা গৈছে,
পিছত অগ্নি নির্বাপক বাহিনীৰ গাড়ী আহি জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
অগ্নিকাণ্ডৰ ফলত মলটোৰ একাংশ ক্ষতিগ্ৰস্ত হোৱা বুলি জানিৱ পৰা গৈছে।
- Log in to post comments
- 16 views