ৰঙিয়া ৰে'ল ষ্টেচনত নিষিদ্ধ আফিংসহ আটক এজন লোক

n2

ৰঙিয়া ৰে'ল ষ্টেচনত নিষিদ্ধ আফিংসহ আটক কৰা হয় এজন লোকক।
ৰে'লযোগে কলকতালৈ যোৱাৰ সময়ত আৰক্ষীয়ে আফিংসহ আটক কৰা ব্যক্তিগৰাকীৰ নাম হিতেশ কলিতা।

n9

উদ্ধাৰ হোৱা আফিংখিনিৰ ওজন প্ৰায় ডেৰকেজি।বৰ্তমান ৰঙিয়া আৰক্ষীয়ে আটক ব্যক্তিজনৰ জেৰা অব্যাহত ৰাখিছে।

Your Comments