![MUKUNDA](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-13%20at%2012.57.31%20AM.jpeg?itok=LB4R5BYx)
ওদালগুৰিৰ পৰা ৰিজুল হক:
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে মানে ৰাজনৈতিক দলসমুহে নিৰ্বাচনী প্ৰচাৰ তিব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে ।আজি আবেলি ভেৰভেৰীত কংগ্ৰেছে নিৰ্বচনী ৰণডংকা বজালে হাজাৰ হাজাৰ জনতাক লগত লৈ।দৰং জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত কলাইগাঁৱৰ প্ৰাক্তন বিধায়ক মুকুন্দ ৰাম চৌধুৰীৰ উপস্থিতত মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ হৈ প্ৰচাৰ চলাবলৈ আহে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভাতৃ সংগঠন যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি কেশৱচান যাদৱে
- Log in to post comments
- 6 views