![3](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-12%20at%202.52.42%20PM.jpeg?itok=evEO1i0l)
লাহৰীঘাটৰ প্ৰতিবেদক :
নগাওঁ সংসদীয় সমষ্টিৰ লাহৰীঘাট বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বিশাল সমদল কৰি প্ৰচাৰ অভিযান চলায়।বৰদলৈয়ে কুশতলী,গেৰুৱা, তাপতলা আৰু ভুৰাগাঁৱত নিবাৰ্চনী সভা অনুষ্ঠিত কৰে।
- Log in to post comments
- 3 views